অধ্য়ায় ১৫ঃ পুৰুষোত্তম যোগঃ : Gita Audio in Assamese (Chapter 15) by Gita Audio in Assamese (Chapter 14 to 16) published on 2021-05-08T19:33:39Z শ্ৰীমদ্ভাগৱত গীতাৰ এই Audio সমূহ Geeta Gyaan Assamese, এই Youtube চেনেলটোৰ পৰা সংগ্ৰহ কৰা হৈছে। Channelটোৰ Link: https://www.youtube.com/channel/UCxohOy5_jFPnpyBoiqxnA7A চেনেলটোত থকা Videoবোৰত অধ্যায়বোৰ Part হিচাপে বিভিন্ন অংশত বিভক্ত আছে, সেই Part সমূহ সংগ্ৰহ কৰি সংযোগ (Editing) কৰি সম্পূৰ্ণ গীতাখনৰ সৰ্বমুঠ ১৮ টা অধ্যায় প্ৰকাশ কৰি উলিওৱা হৈছে। মোৰ এই কৰ্ম কোনো ধৰণৰ ধন অৰ্জনৰ উদ্দেশ্যে নহয়। Youtube Channelটোৰ Adminক মই এই সুযোগতে ধন্যবাদ দিছো। সকলো অধ্যায় একাদিক্ৰমে শুনিবলৈ https://GitaAudioAssamese.Blogspot.Com Visit কৰক